102
ডিজিটেল ডেস্কঃ অস্ত্ৰোপচাৰ বুলিলেই কম বেছি পৰিমাণে ভয় খায় সকলোৱে৷ তাতে আৰু যদি হয় মগজুৰ অস্ত্ৰোপ্ৰচাৰ৷ কিন্তু অস্ত্ৰোপচাৰৰ সময়ত যদিহে ৰোগীয়ে বজাই গীটাৰ৷ তেন্তে আচৰিত নহৈ নোৱাৰি।
শেহতীয়াকৈ এনে এক নজিৰ বিহীন ঘটনা সংঘটিত হ’ল বেংগালুৰুত৷ ৩২ বছৰীয়া এজন যুৱকে স্নায়ুৰোগৰ বাবে অস্ত্ৰোপচাৰ কৰিব লগা হয়৷ অস্ত্ৰোপচাৰ কৰি থাকোতেই ৰোগীয়ে বজাই থাকিল গীটাৰ৷