চাউলচোৰৰ মাজনিশাৰ নাটঃ পুৰ্বপৰিকল্পিত দুৰ্ঘটনা, আটক চাৰি

Home অন্যান্য খবৰচাউলচোৰৰ মাজনিশাৰ নাটঃ পুৰ্বপৰিকল্পিত দুৰ্ঘটনা, আটক চাৰি

চাউলচোৰৰ মাজনিশাৰ নাটঃ পুৰ্বপৰিকল্পিত দুৰ্ঘটনা, আটক চাৰি

by News Desk
54 views
A+A-
Reset

তেজপুৰঃ খাদ্য নিগমৰ চাউলৰ ট্ৰাক পূৰ্বপৰিকল্পনা মৰ্মে দুৰ্ঘটনাগ্ৰস্ত কৰাই পিছত নিজেই ট্ৰাকৰ পৰা বস্তাই বস্তাই চাউল চোৰৰ হাতত তুলি দিয়াৰ এক কাণ্ডই হতভম্ব কৰিছে আৰক্ষীক। তেজপুৰৰ মিলনপুৰৰ পৰা উক্ত কাণ্ডৰ লগত জড়িত থকা তিনি চাউল চোৰক চাউল সহ আজি আটক কৰিছে বেবেজিয়া আৰক্ষীয়ে। 

৮ জুলাইত ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা এচ ১২- ৫৮৩১ নম্বৰৰ ১৭২ বস্তা পিডিএছৰ চাউল বৰছলা সমবায় সমিতিলৈ ৰহস্য জনক ভাবে নিশা তিনি বজাত নিয়াৰ কালত তেজপুৰৰ মিলনপুৰত ৰহস্যজনক ভাৱে দুঘটনাত পতিত হয়৷ পৰিকল্পিতমতেই চালকে ট্ৰাকখন পথ কাষলৈ নি পুখুৰীত পেলাই ৯০ বস্তা চাউল লৈ পলাই যায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0