Home ৰাজ্যচকু মুদি আছে বন বিভাগে, কালা নৈৰ বুকু খুলি খাইছে মজনুৰে, আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ

চকু মুদি আছে বন বিভাগে, কালা নৈৰ বুকু খুলি খাইছে মজনুৰে, আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ

by News Desk
150 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া লেতেৰা ৰাজনীতিত ব্যস্ত হৈ পৰিছে৷

তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত কুমাৰীকাটা ভালুকঝাৰ এলেকাত শ-শ পৰিয়ালক শংকিত কৰিছে গৰাখহনীয়াই। তথাপিও প্ৰশাসনৰ খবৰ লবলৈ আহৰি নাই। ভূটানৰ পাহাৰৰ পৰা বৈ অহা কালা নৈৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷  খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন এলেকাত নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ উপক্ৰম হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0