49
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কি গাঁও কি চহৰ, সকলোতে পেট্ৰ’ল-ডিজেল উভৈনদী৷ ফিল’বাৰী, কাকপথাৰ, ডিৰাক, বৰালি, মহং, পেঙেৰী, কেটেটং, বাঘজান, তৰাণি, শুকানী আদি সকলো অঞ্চলতে ঘৰে ঘৰে বিক্ৰী হৈছে পেট্ৰ’ল৷
গোটেই জিলাখনতে এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে জিলাখনৰ অলিয়ে-গলিয়ে অবৈধভাৱে পেট্ৰল-ডিজেলৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে৷