74
কাজিৰঙাঃ দেওবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হয় গড়ঁ হত্যাকাণ্ড৷ এইবাৰ গঁড় হত্যা কাণ্ড সংঘটিত হৈছে আমকাঠনি বন শিবিৰ এলেকাত৷ দেওবাৰে নিশা আমকাঠনি বন শিবিৰ চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰে দিও খৰ্গ নিবলৈ সক্ষ্ষম নহ’ল৷
