62
দুলীয়াজানঃ সাহিত্যচৰ্চাৰ উদেশ্যে গঠিত সদৌ অসম কবি সন্মিলনৰ তিনি দিনীয়াকৈ দুলীয়াজান ক্লাবত অনুস্থিত হৈছে সদৌ অসম কবি সন্মিলন।
কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা ১০ বজাত গ্ৰন্থমেলা দ্বাৰ উদ্ঘাটন, প্ৰতিনিধি শিবিৰ মুকলি আৰু বিয়লি ভাগত ন-পুৰণি সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।