Home অন্যান্য খবৰশিৱসাগৰৰ চুৰি গাড়ী দেৰগাৱঁত উদ্ধাৰ

শিৱসাগৰৰ চুৰি গাড়ী দেৰগাৱঁত উদ্ধাৰ

by News Desk
68 views
A+A-
Reset

যোৰহাট বড়ীগাৱঁৰ গভাইত গাড়ী চোৰ ইন্দ্ৰ দাস দেৰগাওঁ আৰক্ষীৰ জালত পৰাৰ পিছতেই সন্ধান ওলাইছে চুৰি গাড়ীৰ ।

শিৱসাগৰৰ পৰা চুৰি কৰি আনি দেৰগাৱঁত লুকুৱাই থোৱা AS 04 AC 8040 নম্বৰৰ বলেৰ’ পিকআপ ভান খন মংগলবাৰে নিশা দেৰগাওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিছে । সোমবাৰে দেৰগাৱঁৰ কুমাৰ গাৱঁৰ এটা ঘৰত গোপনে আশ্ৰয় লৈ থকা অৱস্থাত দেৰগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা ইন্দ্ৰ দাসক ।
সম্প্ৰতি দেৰগাওঁ থানাত জেৰা চলাই থকা হৈছে ইন্দ্ৰ দাসক । আৰক্ষীৰ মাৰাথান জেৰাত পোহৰলৈ আহিছে আন কেইবাখনো চুৰি গাড়ীৰ তথ্য ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0