গাছবাৰী আৰক্ষী শিবিৰৰ দুৰৱস্থা, নিৰপত্তাহীনতাত খোদ নিৰপাত্তাৰক্ষী

Home অন্যান্য খবৰগাছবাৰী আৰক্ষী শিবিৰৰ দুৰৱস্থা, নিৰপত্তাহীনতাত খোদ নিৰপাত্তাৰক্ষী

গাছবাৰী আৰক্ষী শিবিৰৰ দুৰৱস্থা, নিৰপত্তাহীনতাত খোদ নিৰপাত্তাৰক্ষী

by News Desk
53 views
A+A-
Reset

গোৰেশ্বৰঃ যিসময়ত ৰাজ্যত চিলাপথাৰ কাণ্ডক লৈ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ উপক্ৰম হৈছে সেই সময়ত ৰাজ্যৰ গৃহ বিভাগৰ আৰক্ষী প্ৰশাসনত হেমাহি পৰিলক্ষিত হৈছে। কামৰূপ গ্ৰাম্য জিলা বাইহাটা চাৰিআলি থানা অন্তৰ্গত গাছবাৰীস্থিত গাছবাৰী আৰক্ষী শিবিৰৰ দুৰৱস্থাই তাকে প্ৰমাণ কৰিছে। যোৱা চাৰি বছৰ পূর্বে অঞ্চলটোৰ নিৰাপত্তাৰ খাতিৰত স্থাপন কৰা শিবিৰটোৰ বৰ্তমানৰ অৱস্থা দেখি ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে ৰাইজৰ নিৰপত্তাৰ স্বাৰ্থত স্থাপন কৰা শিবিৰটোৰ জোৱানসকল এতিয়া নিজে নিৰাপত্তাহীনতাত ভুগিছে।

গাছবাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত থকা এই শিবিৰটো বৰ্তমান মাত্ৰ চাৰি জন জোৱান এটা বৃহৎ অঞ্চলৰ নিৰাপত্তাৰ দায়িত্ব ল’বলগা হৈছে। চতুৰ্থ এপিবিএনৰ শিবিৰটোত যোৱা ২২ জানুৱাৰীৰ পৰা এজন এএচআই বিষয়া, এজন হাবিলদাৰ, এজন কনিষ্টবল আৰু এজন লান্সনায়কসহ মুঠ চাৰিজন মাত্ৰ জোৱান নিয়োজিত হৈ আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0