ৰঙিয়া, মঙলদৈঃ আৰক্ষীয়েও পৰিৱেশ ৰক্ষা কৰিব পাৰে। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত এনে বহু দৃশ্য পৰিলক্ষিত হয়। ৰঙিয়াৰ আৰু মঙলদৈৰ বিভিন্ন ঠাইট আজি আৰক্ষীয়ে বিশ্ব পৰিবেশ দিৱস পালন কৰে।
ৰঙিয়া আৰক্ষী থানা চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী আৰম্ভ কৰে ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী পয়োধৰ ডেকাই।উক্ত বৃক্ষ ৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ কলিতা, ৰঙিয়া আৰক্ষী থানাৰ চহৰ আৰক্ষী পৰিদৰ্শক অমৰ ঘোষ আদিয়েও ।