64
তিনিচুকীয়াঃ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সহ উপপৰিদৰ্শক কৰ্ণ লংপতীয়াই নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে। লংপতীয়াৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈ জানিবপৰা হোৱা নাই। উপপৰিদৰ্শকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।