44
ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকে সামগ্ৰী আৰু সেৱাকৰ আইন ১ জুলাইৰ পৰা কাৰ্যকৰী কৰাৰ আজি ১৩ দিন পিছত ঘোষণা কৰিছে নতুন নিয়ম।
ম’বাইল এপযোগে অথবা কম্পিউটাৰ যোগে ইণ্টাৰনেটৰ সহায়ত ততালিকে টকা ট্ৰান্সফাৰ কৰিব পৰাৰ সুবিধা দিয়া আইএমপিএছৰ ক্ষেত্ৰত এছবিআইয়ে লগোৱা মাচুলৰ হাৰ সলনি কৰিছে।