Home ৰাজ্যবড়োলেণ্ড আন্দোলন বড়োসকলৰ ভাষা, সংস্কৃতি, পৰিচয়ৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, পতঞ্জলিৰ বিৰুদ্ধে ক্ষোভ

বড়োলেণ্ড আন্দোলন বড়োসকলৰ ভাষা, সংস্কৃতি, পৰিচয়ৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, পতঞ্জলিৰ বিৰুদ্ধে ক্ষোভ

by News Desk
69 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ পতঞ্জলিক বিটিচি প্ৰসাশনে হাজাৰ হাজাৰ বিঘা ভূমি প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে এবছু । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত এবছুৰ কাৰ্যালয়ত এবছুৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ বড়োলেণ্ড আন্দোলন বড়োসকলৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলন। পৃথিৱীত যিমানবোৰ আন্দোলন হৈছে সকলো বোৰে আন্দোলন ভূমিক লৈ হৈছে বুলি কয় প্ৰমোদে। 

আনহাতে প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে যে বিটিচি প্ৰশাসনে পতঞ্জলি নামৰ অনুষ্ঠানটোক বাক্সাৰ কুমাৰীকাটাত ১ হাজাৰ বিঘা ভূমিৰ উপৰি কুমাৰীকাটা বনাঞ্চল এলেকাত বুজন পৰিমাণৰ ভূমি প্ৰদান কৰা কাৰ্যক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পতঞ্জলিক মাটি দিয়াতকৈ আমাৰ সমাজত বহু ভূমিহীন লোক আছে তেওঁলোকক দান কৰিলে জনসাধাৰণৰ প্ৰতি আস্থা উপস্থাপন হ’ব বুলি বুলি কয়। অহা বৰ্ষৰ ৭, ৮ আৰু ৯ জানুৱাৰীত ৫১ তম কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰমোদে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0