64
গোগামুখঃ ব্যক্তিগত কোম্পানীত কাম কাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈ ১৫ দিনে নিৰুদ্দেশ হৈ আছে এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক৷ ১৫ দিন পুৰ্বে ৰেলেৰে কেৰেলালৈ গৈ থাকোতেই নিৰুদ্দেশ হয় ধেমাজি জিলাৰ গোগামুখৰ সেউজপুৰৰ প্ৰাঞ্জল ডেকা নামৰ যুৱক জন৷
যুৱক জনৰ পিতৃ ধন ডেকাই জানিবলৈ দিয়া মতে তেওৰ পুত্ৰই পুৰ্বৰ পৰাই কেৰেলাৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰি আছিল৷ ঘৰলৈ আহি পুনৰাই ১৫ পুৰ্বে কেৰেলালৈ গৈ থাকোতেই নিৰুদ্দেশ হৈছে তেঁওৰ পুত্ৰ।