Home গুৱাহাটীআকৌ ‘No ST-No Rest’ শ্ল’গানেৰে কঁপিব অসমৰ ৰাজপথ, বিজেপি চৰকাৰ ঠগৰ চৰকাৰ

আকৌ ‘No ST-No Rest’ শ্ল’গানেৰে কঁপিব অসমৰ ৰাজপথ, বিজেপি চৰকাৰ ঠগৰ চৰকাৰ

by News Desk
81 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ পুনৰ উত্তাল হ’ব ৰাজ্যৰ ৰাজপথ৷ অসমৰ ৬ জনগোষ্ঠীৰ আবেগ জড়িত হৈ থকা জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাঁজু হৈছে ৰাজ্যৰ কেইবালাখ লোক৷ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাঁজু হৈছে ৰাজ্যৰ আবাল-বৃদ্ধ-বনিতা৷ বুধবাৰে তিনিচুকীয়াত ৬ জনগোষ্ঠীৰ ঐক্য মঞ্চই এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ জনজাতিকৰণৰ দাবীত কৰি অহা প্ৰতিবাদৰ নেতৃত্ব লৈ অহা বিনোদ পাত্ৰ, দেৱৰ্শী চেতিয়া, ধৰণী গোহাঁই, ৰূপেশ তাঁতী, বিজয় তাঁতী, দুৰ্গা কোৱৰ, দুলাল বৰুৱা, অৰুণ জ্যোতি মৰাণ, লিটুল বৰগোহাঁই, ৰাজেন কুমাৰ, ডেভিদ চেতিয়া, তৰুণ কুমাৰ চেতিয়া, নৱ মৰাণ, উদয় শংকৰ মহণ, যতীয় দিহিঙীয়া, ঋতু শইকীয়া, মিলন বুঢ়গোহাঁই সংবাদমেলত উপস্থিত থাকি বিজেপি চৰকাৰক ঠগৰ চৰকাৰ আখ্যা দিয়ে৷ 

►২৭ জুনত গুৱাহাটীত অৱস্থান ধৰ্মঘট৷
►১৭ জুলাইত তিনিচুকিয়া নগৰত গণসমাবেশ৷
►২১ জুলাইত তিনিচুকিয়া নগৰত গণসমাবেশ৷
►২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধ৷
►৩০ জুলাইত দিল্লীত ১০ ঘণ্টীয়া গণ অনশন৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0