62
newsnextone.com | আমগুৰিঃ অসমৰ এগৰাকী যুৱতীয়ে দৈহিক সুষমাৰে সকলো প্ৰতিযোগিকে চেৰ পেলাই আজুৰি আনিলে মিচ ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ৷
মিচ ইণ্ডিয়া ইউনিভাৰ্চৰ খিতাপৰ ৰেম্পত খোজ দি মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাৰ পিংকীয়ে৷ এই খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ তথা ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷