52
কাছাৰঃ ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰাৰ বাবে আটক হৈছে পিতা-পুত্ৰ। কাছাৰৰ কাটিগড়াত পিতা-পুত্ৰই হোৱাটচআপৰ ডিপিত ভাৰতৰ প্রধানমন্ত্রীৰ ব্যংগ চিত্র ৰাখিছিল।
এই অভিযোগতে গ্ৰেপ্তাৰ হৈছে হাইলাকান্দি জিলাৰ কাটাখাল জানকি চৰণ উচ্চতৰ মাধ্যমকি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধক্ষ্য আব্দুল হামিদ বৰভুঞা।