এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ গোৰেশ্বৰত বেংগলী যুৱ...

Home ৰাজ্যএনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ গোৰেশ্বৰত বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ

এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ গোৰেশ্বৰত বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ

by News Desk
78 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি স্বদেশীক বিদেশী সজোৱাৰ প্ৰতিবাদত মঙংলবাৰে উত্তাল হৈ পৰে বাক্সা জিলাৰ গোৰেশ্বৰ। বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে  প্ৰকৃত ভাৰতীয় লোকক বিদেশী সজোৱাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি গোৰেশ্বৰত ফেডাৰেছনৰ উদ্যোগত গোৰেশ্বৰত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী গ’বেক ধ্বনি দি কঁপাই তোলে গোৰেশ্বৰৰ আকাশ-বতাহ। 

এনআৰচিৰ ১৫ টা নথি বাহাল ৰখা,  এনআৰচিৰ নামত চক্ৰান্তমূলকভাৱে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা আৰু স্বদেশীক বিদেশী বনোৱাৰ প্ৰতিবাদত সাব্যস্ত কৰি বেংগলী ফেডাৰেশ্যনৰ ওডালগুৰি আৰু বাক্সা জিলা সমিতিয়ে গোৰেশ্বৰ গড়কাপ্টানী বিভাগৰ পৰিদৰ্শন বাংলা প্ৰাংঙ্গনত ৰূপায়ণ কৰে তিনি ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দুয়োখন জিলাৰ পৰা অহা সহস্ৰাধীক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী গ’বেক, বেংগলীৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে গোৰেশ্বৰৰ আকাশ বতাহ কঁপাই তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0