92
মুকালমুৱাঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মুকালমুৱাত প্ৰতিবাদ সাব্যস্ত কৰে।
বিশুদ্ধ খোৱাপানী, বাট-পথ, শিক্ষা, স্বাস্থ্য আদিত পিছ পৰি থকা সমষ্টিটোক ৰেল সেৱাৰ সৈতে সংযুক্ত কৰাৰ লগতে মুকালমুৱাক মহকুমা হিচাপে কাৰ্যকৰী কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠনটোৱে৷