Home অন্যান্য খবৰমুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে জোঁৰ সমদল, অসম ধ্বংসকাৰী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ

মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে জোঁৰ সমদল, অসম ধ্বংসকাৰী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ

by News Desk
64 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী,সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ নিতৌ ৰাজপথলৈ ওলাই আহিছে সৰ্বসাধাৰণ৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মুখ্যমন্ত্রী গৃহ জিলা ডিব্ৰুগড়ৰ ডিকমবাসীয়ে৷ শনিবাৰেও অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহে ডিকমবাসী৷ যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত বিধেয়কখন বাতিলৰ দাবীত মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ সোণোৱালক তীব্ৰ সমালোচনা কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0