Home ৰাজ্যকাৰবি আংলং- মেঘালয়ৰ সীমা সমস্যাকলৈ সৰব জাকাছ

কাৰবি আংলং- মেঘালয়ৰ সীমা সমস্যাকলৈ সৰব জাকাছ

by News Desk
64 views
A+A-
Reset

ডিফুঃ  অসম- মেঘালয় সীমান্তঞ্চলৰ পৰা অসম আৰক্ষীয়ে নিজৰ পহৰা চকী অসহায় ভাবে উঠাই অনা কাৰ্যক সহজভাবে লব পৰা নাই জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছে ৷ আজি বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনটোৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷ 

টেৰণে সংবাদ মাধ্যমত সদৰি কৰা অনুসৰি মেঘালয়ৰ এদল উন্মত্ত জনতাৰ হেঁচাত পৰি অসম আৰক্ষীয়ে পশ্চিম কাৰবি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেৰ উমখিৰিত খাটখাচালাত স্থাপন কৰা বিঅ’পিটো লাম-লাকটু সহ আতৰাই অনাটো লজ্জাজনক কাণ্ড৷ সীমান্ত সমস্যা নতুন সমসা নহয়, এই সন্দৰ্ভত জিলাখনৰ অত্যন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা ছাত্ৰ আৰু যুৱ সংগঠন সমূহে অসম-নাগালেণ্ড, মেঘালয়ৰ আন্ত:ৰাজ্যিক সীমা সমস্যা, আন্ত:জিলা সীমা সমস্যা আৰু বিবাদৰ কথা কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদক বাৰে বাৰে অৱগত কৰি আহিছে যদিও পৰিষদ খনে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰি চকু মুদা কুলিৰ ভাও জুৰি আছে বুলি অভিযোগ কৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0