59
ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙত থকা টেট শিক্ষক সকলেও নিজৰ বিভিন্ন দাবলৈ আজি ডিফুৰ ৰাজপথত বিশাল প্ৰতিবাদী উলিয়ায় ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ “টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক’’, ‘‘আমাৰ দাবী মানিবই লাগিব’’, ‘‘আমাৰ দাবী ন্যায্য দাবী ” আদি শ্ল’গান দি ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷