56
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ ১ নম্বৰ জামবাৰী বাহমূঢ়াত জৰাজীৰ্ণ বোকাময় পথত ভূঁই ৰুই স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ আৰু মহিলাই চৰকাৰৰ বিৰুদ্দে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে জামবাৰীৰ পৰা নতুন দেউচৰ লৈ যোৱা এক মাত্ৰ পথটো দীৰ্ঘ দিনৰে পৰা জৰাজীৰ্ণ বোকাময় হৈ থকাৰ পৰিণতিত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।