Home অন্যান্য খবৰছয়গাঁৱত জ্বলিল ৪ খনকৈ বাছ, তদন্তৰ দাবী ৰাইজৰ

ছয়গাঁৱত জ্বলিল ৪ খনকৈ বাছ, তদন্তৰ দাবী ৰাইজৰ

by News Desk
65 views
A+A-
Reset

ছয়গাঁওঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চাৰিখনকৈ বাছত ছয়গাঁৱত শুকুৰবাৰে নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘটনাক তীব্ৰ গৰিহণা দিছে ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাকে।

তথ্য মতে কালি নিশা প্ৰায় ডেৰ বজাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছয়গাঁও আস্থানত থকা চাৰিখনকৈ বাছত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। ছয়গাঁও থানাৰ লগত সংলগ্ন পৰিবহণ নিগমৰ ছয়গাঁও আস্থানত থকা বাছকেইখনত জুই লগাৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰি ছয়গাঁও আৰু বকোৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে তিনিখনকৈ বাছ ভস্মীভূত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0