56
নামতিঃ খাপলাং কাইৰ চৰিত্ৰত অভিনয় কৰি বিগত কেইবা বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট কৌতুক অভিনেতা ৰাহুল দাসৰ মৃত্যুত সমগ্র ৰাজ্যৰ লগতে গভীৰ শোকৰ ছাঁ পৰিছে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো।
নামতি প্রেছ গীল্ডৰ সম্পাদক ৰাতুল শর্মা আৰু সহকাৰী সম্পাদক জিয়াৰুদ্দিন আহমেদ এক বিবৃতি যোগে অভিনেতা ৰাহুল দাসৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়৷