62
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ৫ গৰাকী সাধু বাবাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰাৰ পাছৰে পৰা প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এইবাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক তেওঁ মামা নামাৰে জনপ্ৰিয় বুলি ইতিকিং কৰে৷
बाबा कहते थे बड़ा काम करूँगा
नर्मदा घोटाला नाकाम करूँगा
मगर यह तो, मामा ही जाने
अब इनकी मंज़िल है कहाँ!