ক’ভিড ভাইৰাছক প্ৰতিহত কৰা বিশ্বৰ প্ৰথমবিধ ঔষধ ২-DG মুকলি ভাৰতত

Home অন্যান্য খবৰক’ভিড ভাইৰাছক প্ৰতিহত কৰা বিশ্বৰ প্ৰথমবিধ ঔষধ ২-DG মুকলি ভাৰতত

ক’ভিড ভাইৰাছক প্ৰতিহত কৰা বিশ্বৰ প্ৰথমবিধ ঔষধ ২-DG মুকলি ভাৰতত

by News Desk
60 views
A+A-
Reset

গুৱাহাটীঃ  কৰোনা অতিমাৰীয়ে সমগ্ৰ বিশ্বকেই প্ৰভাৱিত কৰি প্ৰায় স্তব্ধ কৰি ৰখাৰ সময়তেই চিকিৎসা বিজ্ঞানীসকল ব্যস্ত হৈ পৰিছিল কোভিডৰ ভেকচিন আৰু ঔষধ উদ্ভাৱনৰ কামত৷ভেকচিনৰ উদ্ভাৱনত সফলতা লাভ কৰিলেওঁ এতিয়ালৈকে কোনো দেশেই ঔষধ উদ্ভাৱনত সফলতা লাভ কৰা নাছিল যদিওঁ ভাৰতবৰ্ষ এইক্ষেত্ৰত সফলতা লাভ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে৷ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা এণ্টি-কোভিড মেডিচিন, 2-DG  আজিৰে পৰা মুকলি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে এই ঔষধটো মুকলি কৰে।

পাউডাৰ ৰূপত উপলব্ধ ঔষধবিধ। ডিআৰডিঅ’ৰ  মতে, হায়দৰাবাদৰ ড°ৰেড্ডী লেবৰ সহযোগত ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ ৰ দ্বাৰা ‘2-ডিঅক্সি-ডি-গ্লুকোজ’ ঔষধটো বিকশিত কৰা হৈছে। শেহতীয়াকৈ ক্লিনিকেল পৰীক্ষণ সম্পন্ন হোৱাৰ পাছত ঔষধটো অলপতে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা জৰুৰীকালীন সেৱা বাবে অনুমোদন কৰা হৈছিল। এই ঔষধটো ৰোগীসকলে ইয়াক পানীত দ্ৰৱীভূত কৰি খাব লাগিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0