75
তেজপুৰঃ মই অখিল গগৈক ভাল পাও৷ তেওঁ বিজেপিলৈ আহক৷ তেওঁ আৰু মই একেলগে কাম কৰিম৷ এই মন্তব্য তেজপুৰৰ বিতৰ্কিত সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ৷
আজি এপিএছছিৰ কেলেংকাৰি সন্দৰ্ভত তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক নেতা অখিল গগৈক ভাল পাও বুলি কয়৷ সাংসদ শৰ্মাই এপিএছছি কেলেংকাৰিত জড়িত নহয় বুলি স্পষ্ট কৰি কেলেংকাৰি সন্দৰ্ভত অখিল গগৈয়ে আবোল-তাবোল বকিছে বুলিও কয়।