61
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ হাজলপাৰা গাঁৱৰ বাসিন্দা উদয় ৰাজবংশীৰ প্ৰথম পুত্ৰ ৰামেশ্বৰ ৰাজবংশী (২৩) নামৰ যুৱকজন বিগত দুই বছৰ ন মাহ ধৰি সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে জনাইছে৷
জানিব পৰা মতে, পিতৃ উদয় ৰাজবংশীৰ সতে পুত্ৰ ৰামেশ্বৰৰ সামান্য বাক-বিতণ্ডা হৈছিল৷ কাজিয়াৰ পিছ দিনা পুৱাই মাতৃক ভাল দৰে মাত দি গোৰেশ্বৰলৈ বুলি ওলাই আহে যদিও আজিলৈ ঘৰলৈ উভতি নাহিল ৰামেশ্বৰ।