63
মুম্বাইঃ বিগ বিৰ সৈতে কাম কৰি অনুতপ্ত ৰাম গোপাল বাৰ্মা৷ দেশৰ প্ৰত্যেকজন চলচিত্ৰ নিৰ্মাতাৰ সপোন বিগ বিৰ সৈতে কাম কৰাৰ৷ কিন্তু অমিতাভ বচ্চনৰ সৈতে কাম কৰি অনুতপ্ত বুলি মত প্ৰকাশ কৰিছে পৰিচালক ৰাম গোপাল বাৰ্মাই৷
আজি পৰিচালকজনৰ শেহতীয়া ছবি “চৰকাৰ ৩” ট্ৰেইলৰ মুকলিৰ এক অনুষ্ঠানত বিগ বি সম্পৰ্কত কয় পৰিচালকজনে৷ পৰিচালকজনৰ নিশব্দ ৰাম গোপাল বাৰ্মা কি আগ আৰু চৰকাৰ ছবিত অমিতাভে অভিনয় কৰিছিল৷