57
ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ সমীপত ৰিয়েল বিল্ডাৰৰ ৰঙিয়াত দ্বিতীয়টো জিম আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয়।
সন্ধিয়াৰ ভাগত মিষ্টাৰ ইণ্ডিয়া খ্যাত গোলাপ ৰাভাই অত্যাধুনিক জিমটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ পিচত এখন সভা অনুষ্ঠিত হয়।