51
ৰঙিয়াঃ থলুৱা উদ্যোগবোৰ পুনৰাই জীয়াই তুলি শ শ শ্ৰমিকৰ হেৰাই যোৱা হাঁহি ঘুৰাই অনাৰ প্ৰতিশ্ৰুতিবদ্ধ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ সুমতি অহাৰ বাবেই আজি শ্ৰমিক দিৱসৰ দিনা এক সামূহিক প্ৰাৰ্থনা জনায় ৰঙিয়াৰ শ্ৰমিকসকলে৷
সোণোৱালৰ নেতৃত্বত থকা চৰকাৰখনৰ সুমতি আহক বুলিয়ে ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীত থকা এপল’ মিলত আজি মিলটোৰ শ্ৰমিক-কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠনে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।