গুৱাহাটীঃ মুক্তিৰ বাবে সাজু হাদিফ আহমেদৰ নিৰ্দেশনা আৰু ধিৰাজ হীৰাৰ প্ৰযোজনাৰ অসমীয়া ছবি "তুমি মোক ফাঁকি দিলা"। ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, কল্পনা কলিতা, নয়ন নিৰ্বাণ বৰুৱা, পদ্মৰাগ গোস্বামী, অৰুণ নাথ, লিপিকা বৰা মেধি, ময়ুখ শৰ্মা, বিৰিঞ্চি দত্ত, অলিস্মিতা অদিকে ধৰি ন-পুৰণি ভালেকেইগৰাকী শিল্পীয়ে৷