মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি-বিহু, অভিনেত্ৰী অমৃতায়ো নাচিলে এপাক

Home অন্যান্য খবৰমৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি-বিহু, অভিনেত্ৰী অমৃতায়ো নাচিলে এপাক

মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি-বিহু, অভিনেত্ৰী অমৃতায়ো নাচিলে এপাক

by News Desk
121 views
A+A-
Reset

তিনিচুকীয়াঃ বাপতি সাহোন ৰঙালী বিহুক অসমৰ ভিন্ন ঠাইত ভিন্ন ধৰণে পালন কৰি ঐক্য সংহতিৰ বাৰ্তা বিলাই অাহিছে। প্ৰতিবছৰৰ দৰে এইবেলিও তিনিচুকীয়া জিলাৰ কাকপথাৰত শনিবাৰে নিশা উদযাপন কৰা হয় মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু।

অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ, মেঘালয়ৰ উপৰিও বিহাৰ, চত্তীশগড়ৰ বহুতো পৰ্যটকে ৰাতি বিহু চাবলৈ ভৰি পৰে৷ জনগোষ্ঠীটোৰ নিজস্ব সাজ-পাৰ পৰিধানেৰে ১,২০০ মৰাণ গাভৰুৱে ৰাতি বিহু থলীলৈ আহি দূৰ-দুৰণিৰ পৰা বাটকুৰি বাই অহা ডেকা ল’ৰাৰ গীত আৰু চাকচনি মাৰিৰ তালে তালে ওৰে নিশা নাচি-বাগি কাকপথাৰৰ আকাশ বতাহ ৰজনজনাই তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0