Home ৰাজ্যসাংবাদিকৰ মৃত্যুত শোক প্ৰকাশ দল সংগঠনৰ

সাংবাদিকৰ মৃত্যুত শোক প্ৰকাশ দল সংগঠনৰ

by News Desk
90 views
A+A-
Reset

গোৰেশ্বৰঃ প্ৰাগ নিউজ চেনেলৰ সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ দল-সংগঠনে৷ গোৰেশ্বৰৰ প্ৰেছ ক্লাৱে, সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰী, আক্ৰাছু, গোৰেশ্বৰ প্ৰেছ গীল্ড য়ে শোক প্ৰকাশ কৰে।

গৰীয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰফিউল হুছেইন বৰুৱা আৰু সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাই ৰীমা শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে নিউজ লাইভৰ সাংবাদিক বিমান কলিতাক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক আটক কৰাৰ দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0