57
তেজপুৰঃ শোণিতপুৰৰ তেজপুৰ আৰু চাৰিদুৱাৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱা বিপৰীতে দুজন যুৱক আহত হয়। থিতাতে নিহত চালক। চালকজনৰ নাম সুৰজ দৰ্জী।
জানিব পৰা মতে অৰুণাচলৰ পৰা বালিপৰা অভিমুখী As-12-AC-3175 নম্বৰৰ বলেৰ’ পিকঅাপ ভেন তীব্ৰবেগত অাহি চাৰিদুৱাৰৰ এঘাৰ মাইলত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত থিতাতে নিহত হয় চালকজন।