59
কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী গছতলৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়।
তীব্ৰবেগী আলট্ৰা গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহী জনৰ নাম লাকু বৰকটকী।