Home অন্যান্য খবৰঅপপ্ৰচাৰত ধুবুৰীত বন্ধ হৈছে মুদ্ৰাৰ প্ৰচলন

অপপ্ৰচাৰত ধুবুৰীত বন্ধ হৈছে মুদ্ৰাৰ প্ৰচলন

by News Desk
53 views
A+A-
Reset

  গোলকগঞ্জঃ বেংকে নলয়, শীঘ্ৰে বন্ধ হ’ব মুদ্ৰাৰ প্ৰচলন! এনে অপপ্ৰচাৰৰ ফলত  বিগত কিছুদিন ধৰি ধুবুৰী জিলাত এটকা-দুটকাৰ মুদ্ৰাই বিভিন্নজনক জ্বলা-কলা দিছে। একাংশ দোকানীয়ে মুদ্ৰা গ্ৰহণ নকৰাত  বিমোৰত পৰিছে ৰাইজ৷ বিগত কিছুদিন ধৰি  জিলাখনত অপপ্ৰচাৰ চলিছে যে অচিৰেই টকাৰ মুদ্ৰা বন্ধ হৈ যাব৷

এই অপপ্ৰচাৰৰ পাছতে হাট-বজাৰৰ দোকানীসকলে মুদ্ৰা গ্ৰহণ নকৰাৰ ফলত মহা বিপদত পৰিছে সৰ্বসাধাৰণ তথা স্কুলীয়া ছাত্র-ছাত্রী। একাংশ ব্যৱসায়ীয়ে বেংক কৰ্তৃপক্ষই এই মুদ্ৰাসমূহ গ্ৰহণ নকৰাৰ বাবে মুদ্ৰাৰ নাটনি হোৱা বুলি ক’ব খোজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0