54
গৌৰীসাগৰঃ বাৰিষা আহিলেই পানীত হাঁহ নচৰা অৱস্থা হয় শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত দিখৌমুখৰ ৰূপহী মুখৰ ৰাইজৰ।
কিয়নো এজাক বৰষুণতেই তেওঁলোকৰ জীৱনলৈ কুলাই-পাঁচিয়ে নধৰা দুৰ্দশা নামি আহে। স্কুল কলেজলৈ অহা যোৱা কৰা, ৰোগী হস্পিতাললৈ নিয়াকে ধৰি স্কুল-কলেজলৈ অহা-যোৱা কৰা ছাত্র-ছাত্রী- সকলোৱে বিবুদ্ধিত পৰে ৰুপহীগাও বাসী।