49
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত নিশা চোৰাং কাঠৰ বিৰুদ্ধে ছয়গাওঁ আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ চোৰাং শালকাঠ সহ তিনিটাকৈ চোৰাং কাঠৰ বেপাৰীৰ মটৰ চাইকেল জব্দ।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ নীৰৱ ভূমিকাৰ পৰিপ্ৰেক্ষিতত অৱশেষত আৰক্ষীয়ে চলালে অভিযান।