Home অন্যান্য খবৰএবছুৰ মন্তব্য বিভাজনমূলক, পৃথক ৰাজ্য হ’ব নিদিয়ে গণ মঞ্চই

এবছুৰ মন্তব্য বিভাজনমূলক, পৃথক ৰাজ্য হ’ব নিদিয়ে গণ মঞ্চই

by News Desk
56 views
A+A-
Reset

গোৰেশ্বৰঃ এটাৰ পিছত এটাকৈ দল-সংগঠন সৰৱ হৈ পৰিছে এবছুৰ বিভাজনমূলক মন্তব্যৰ বিৰুদ্ধে। অবড়ো সুৰক্ষা সমিতিৰ পিছত এইবাৰ মাত মাতিছে সংগঠনটোৰ ভাতৃ সংগঠনস্বৰূপ সচেতন গণ মঞ্চই। 

অসম বিভাজন সংক্ৰান্ত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীৰ মন্তব্য কোনো কাৰণতে মানি ল’ব পৰা নাযায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন গণ মঞ্চই। মঞ্চৰ সাধাৰণ সম্পাদক ললিত ডেকাই এক প্ৰেছ বিবৃতিযোগে আজি কয় যে মেঘালয়, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্য ইতিপূর্বে অসমৰ পৰা পৃথক হৈ গৈছে যদিও সুফল পোৱা নাই ৰাজ্যকেইখনৰ জনসাধাৰণে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0