Home অন্যান্য খবৰগঁড় হত্যা ৰোধ আৰু সমাজ সংস্কাৰৰ লক্ষ্যৰে হাতে হাতে ৰঙ-তুলিকা লৈ ওলাই আহিল এজাক চিত্ৰশিল্পী

গঁড় হত্যা ৰোধ আৰু সমাজ সংস্কাৰৰ লক্ষ্যৰে হাতে হাতে ৰঙ-তুলিকা লৈ ওলাই আহিল এজাক চিত্ৰশিল্পী

by News Desk
A+A-
Reset
61e32792-d5ba-473e-81d9-59d5b3efa67f

ষড়ানন বৰা, চামগুৰিঃ সমাজ সংস্কাৰৰ লক্ষ্য আৰু অসম গৌৰৱ এশিঙীয়া গঁড হত্যা ৰোধ কৰাৰ মানসেৰে মঙলবাৰে নগাঁও জিলাৰ পুৰণিগুদাম জলাহগাঁৱত ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভৰাঁলে ৰাভা সংগীত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আয়োজন কৰিলে এক ব্যতিক্ৰমী কাৰ্যসূচী। গঁড় হত্যা ৰোধ আৰু সমাজ সংস্কাৰৰ মানসেৰে হাতত ৰঙ-তুলিকা লৈ কেনভাছত চিত্ৰ অংকনেৰে সমাজ সংগঠিত কৰাৰ লক্ষ্যৰে উলাই আহিল এদল চিত্ৰশিল্পী।

ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভৰাঁলৰ ব্যৱস্থাপনাত আয়োজন কৰা উক্ত কাৰ্যসূচীটো বিশিষ্ট চিত্ৰশিল্পী বিপুল কুমাৰ বৰাই শুভ উদ্ধোধন কৰাৰ লগতে অনুষ্ঠানটোত অংশগ্ৰহন কৰে চিত্ৰশিল্পী প্ৰনৱ কুমাৰ শৰ্মা, শেৱালী বৰদলৈ, জ্যোতিকা বৰা ভূঞা আৰু বন্দিতা খাকলাৰীয়ে৷ ইয়াৰ পাছতেই কণ-কণ শিশু তথা ৰাইজক বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব বাবে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ দ্বাৰা এখন প্ৰৰ্দশনী অনুষ্ঠিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0