Home অন্যান্য খবৰনগাঁৱৰ ৰূপহীহাটত নিশা চাঞ্চ্যলকৰ চুৰি কাণ্ড

নগাঁৱৰ ৰূপহীহাটত নিশা চাঞ্চ্যলকৰ চুৰি কাণ্ড

by News Desk
A+A-
Reset
cf165b1b-061b-4cee-8a5b-d92b6970c0b4

চামগুৰিঃ গাঁও জিলাৰ ৰূপহীহাটত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে একাধিক চুৰি কাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশাও উত্তৰ খাটোৱালৰ এঘৰত চলিল চোৰৰ চাফাই অভিযান। স্থানীয় ব্যবসায়ী মনজুৰ হুছেইনৰ বাসগৃহৰপৰা নিশা চোৰে লুটি নিয়ে নগদ ২৫ হাজাৰ টকাসহ ৩ লক্ষাধীক টকাৰ মূল্যবান আ-অলংকাৰ। 

পৰিয়ালটোৰ সকলো শুই থকাৰ সুযোগলৈ নিশা ঘৰৰ বেৰ কাটি প্ৰৱেশ কৰা চোৰৰ এটা দলে সন্তৰ্পণে চলালে ব্যাপক লুট-পাট। ইফালে প্ৰায় এক কিলোমিটাৰ নিলগ থকা গড়াজান আৰক্ষী চকীৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে অঞ্চলটোত চোৰে এনেদৰে বেপৰোৱাহভাৱে চুৰি কাৰ্য চলোৱাৰ সুবিধা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগি পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0