Home বিনোদনব্লকব্লাষ্টাৰ হিট ‘সঞ্জু’, মুক্তিৰ পৰা ৬ দিনত ১৮৬ কোটি উপাৰ্জন

ব্লকব্লাষ্টাৰ হিট ‘সঞ্জু’, মুক্তিৰ পৰা ৬ দিনত ১৮৬ কোটি উপাৰ্জন

by News Desk
A+A-
Reset
701067-sanju

newsnextone.com | ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱনভিত্তীক ছবি ‘সঞ্জু’ৱে বক্স অফিচত অভূতপূৰ্বক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বুধবাৰে ছবিখনে ১৮.৯০ কোটি টকা আয় কৰিবলৈ সক্ষম হয়৷ 

ইয়াৰ পূৰ্বে ‘সঞ্জু’ৱে মঙলবাৰে ২২.১০ কোটি, সোমবাৰে ২৫.৩৫ কোটি টকা আয় কৰে৷ দেওবাৰে ছবিখনে সকলোতকৈ বেছি ৪৬.৭১ কোটি টকা আয় কৰিবলৈ সক্ষম হয়৷ শনিবাৰে ছবিখনে ৩৮.৬০ কোটি টকা আয় কৰাৰ লগতে মুক্তিৰ দিনাই ৩৪.৭৫ কোটি টকা আয় কৰি এখন সফল ছবি হিচাপে পৰিগণিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0