58
গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰিগাঁৱত দেওবাৰে দিন যোৰা কাৰ্যসূচীৰে সংযুক্ত সেৱা পৰিষদ এন জি অ ই আয়োজন কৰা চেতনা যাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়াৰ এক সাধাৰণ সভাৰ জৰিয়তে সংযুক্ত সেৱা পৰিষদ এন জি অ কেন্দ্ৰীয় কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰা হয়।
সাধাৰণ সভাৰ সভাপতিত্ব কৰে কুকিলাডাঙা হাইস্কুলৰ প্ৰধান শিক্ষক ছামছুল হক তালুকদাৰে। সাধাৰণ সভাখনত সজল ফাউণ্ডেছনৰ মুখ্য পৰিচালনা সঞ্চালক সজল সিংহ উপস্থিত থাকে।