সোঁত বৈছে বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ, বৈকুষ্ঠপুৰীত পৰিণত গোপীকা বল্লভ গোস্বামী সমন্বয়...

Home ৰাজ্যসোঁত বৈছে বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ, বৈকুষ্ঠপুৰীত পৰিণত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ

সোঁত বৈছে বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ, বৈকুষ্ঠপুৰীত পৰিণত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ

by News Desk
57 views
A+A-
Reset

দেৰগাঁওঃ মঙলবাৰৰ পৰাই ভকত-বৈষ্ণৱৰ সমাগমেৰে বৈকুষ্ঠপুৰীত পৰিণত হ’ল দেৰগাঁৱৰ দাধৰা পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ৷ গোলাঘাট জিলাৰ দেৰগাঁৱত পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত ৰাজ্য খনৰ হাজাৰ হাজাৰ বাপ-বান্ধৱ, ভকত-বৈষ্ণৱ উপস্থিতি হ’ব ০৭ ফেব্ৰুৱাৰীত৷ হৰিনামৰ ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হ’ব৷ অধিবেশনৰ এদিন পূৰ্বে স্থানীয় ৰাইজৰে উপস্থিতিয়ে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে৷

সোমবাৰে পুৱাৰ পৰা দেখা গল অগণন স্থানীয় ভক্তৰ সমাগম৷ ভক্তসকলে বিভিন্ন কামত সহায় সহযোগ কৰা দেখা যায়৷ প্ৰায় তিনিমাহ পূৰ্বৰ পৰাই স্থানীয় শ-শ লোকে কাম-কাজ কৰি আহিছে যদিও মঙলবাৰে হিল-দল ভাঙি ওলাই আহে স্থানীয় ৰাইজ৷ ইতিমধ্যে ৰাইজে সজাই পৰাই তুলিছে অধিৱেশনস্থলী৷ গোলাঘাটবাসীৰ বহু প্ৰতিক্ষাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন অধিবেশন খন বুধবাৰৰ পৰা আৰম্ভ হ’ব৷ এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে পণ্ডিত ৰায়চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0