56
ডিজিটেল ডেস্কঃ ‘যিহকে পায় তাকে আমাৰ আগত থ’লেই হ’বনে? আপুনি কৰিব কি বিচাৰিছে? আপুনি আমাক পতিয়ন নিয়াব বিচাৰিছে নেকি? আমি পতিয়ন যোৱা নাই!’ মঙলবাৰে ঠিক এনেই এক কঠোৰ ভাষ্য শুনা গ’ল সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ ন্যায়াধীশ মদন বি লকোৰ আৰু দীপক গুপ্তাৰ পৰা।
দৰাচলতে কেন্দ্ৰ চৰকাৰে গোটা আৱৰ্জনা ব্যৱস্থাপনা সংক্ৰান্ত ৮৪৫ পৃষ্ঠাসম্বলিত এখন অসম্পুৰ্ণ এফিডেভিট দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত।