72
চৰাইদেউঃ চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰহাটৰ হালোৱাত আৰক্ষীয়ে বনাঞ্চলৰ পৰা কঢ়িয়াই অনা কুন্দাসহ গাড়ীৰ লগতে বৰহাট আৰক্ষী থানাৰ আৰক্ষীক আৱদ্ধ কৰে স্থানীয় ৰাইজে।
বৰহাট আৰক্ষী থানাৰ দল এটাই খৰি প্ৰয়োজন হোৱাত বন বিভাগক লিখিত আবেদন দাখিল কৰিছিল। ইয়াৰ পাছতেই হালোৱা খণ্ড বন বিষয়া ৰমেশ ঠাকুৰে ৰহস্যজনক ভাৱে বনাঞ্চলৰপৰা সজীৱ গছৰ কুন্দা কাটি আৰক্ষীৰ দলটোক যোগান ধৰে৷