বৰনদ্দীঃ সমাজ সুস্থ থাকিলেহে পৰিয়াল সুস্থ থাকিব। ভগৱানে সকলকে জ্ঞানীভাৱে জন্ম দিছে, কেৱল আমিহে ইয়াৰ বিকাশ সাধন কৰিব লাগিব। এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ দয়ান্দ পাঠকৰ।
নলবাৰী জিলাৰ পূব নলবাৰী অঞ্চলিৰ পুৰণি শিক্ষানুষ্ঠান বালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত ১০ নৱেম্বৰত অনুষ্ঠিত মিনা প্ৰভা দেৱী স্মাৰক বক্তৃতামালাৰ প্ৰথমলানি বক্তৃতানুষ্ঠানত উপস্থিত থাকি প্ৰাগজোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দয়ানন্দ পাঠকে ভাষণ প্ৰসংগত কয় চৰকাৰে সম্প্ৰতি এডুকেশ্বনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই।