61
মহুৰামুখঃ বিশ্বৰ প্ৰতিখন দেশৰ নগৰ-চহৰ সমূহত বৰ বৰ অট্টালিকা থাকে৷ চূণ-তেল সনা বিলাসী ঘৰ সমূহে বাৰ্তা দিয়ে দেশখন যে উন্নত প্ৰতিপত্তিশীল৷ চহৰ-নগৰ খনত বিলাসী গাড়ীৰ ভিৰ৷ যান-জেঁটৰ পৰা বুজা যায় দেশ খন সঁচাকৈ উন্নত হৈছে৷ মানুহৰ ধ্যান-ধাৰণা উন্নত হোৱা বুলি ভবা যায়৷ বিশ্বৰ বিভিন্ন দেশৰ লোকসকলে দেশ খনৰ চহৰ-নগৰ পৰিভ্ৰমণ কৰি বিলাসী চহৰ-নগৰ খনৰ স্মৃতি সমূহ বুকুত বান্ধি লৈ যায়৷
