Home অন্যান্য খবৰবেলি ডুবাৰ পিছত পঢ়িবলৈ নাপায় সন্তানে, ৩ বছৰ পাৰ হ’বৰ হ’ল চৰকাৰৰ, খিলঞ্জীয়াৰ ঘৰত নাই বিদ্যুতৰ সংযোগ

বেলি ডুবাৰ পিছত পঢ়িবলৈ নাপায় সন্তানে, ৩ বছৰ পাৰ হ’বৰ হ’ল চৰকাৰৰ, খিলঞ্জীয়াৰ ঘৰত নাই বিদ্যুতৰ সংযোগ

by News Desk
A+A-
Reset
82755c43-40e2-4421-96f4-a6b83cbc5edf

তেজপুৰ টাউনঃ ৰাজ্য চৰকাৰে প্ৰতিখন ঘৰত, প্ৰতিখন গাঁৱত বিদ্যুৰ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰিছিল যোৱাটো বিধান সভা নিৰ্বাচনত৷ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিত ভোল গৈ ৰাইজে ভোট দান কৰিছিল মিত্ৰজোঁটৰ দল তিনিটাক৷ 

অগপ, বিজেপি আৰু বিপিএফক ৰাইজে ভোট দান কৰি দিছপুৰৰ গাদীত বহুৱালে যদিও ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তিনিওটা দলে চৰকাৰ গঠন কৰৰা তিনিবছৰ পাৰ হ’বৰ হ’ল যদিও গ্ৰাম্য এলেকাৰ লোকৰ সমস্যা দূৰ কৰিব পৰা নাই৷ চৰকাৰ গঠন পূৰ্বে নিৰ্বাচনৰ সময়ত বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰ গঠন কৰিয়েই চমক সৃষ্টি কৰিছিল যদিও বৰ বৰ কথা সমূহ আৰু চমক ফোটোকাৰ ফেনত পৰিণত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0